অসম

হিমন্ত বিশ্ব শৰ্মা ডুপ্লিকেট বিজেপিঃ সাংসদ গৌৰৱ গগৈ…

‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুৰণি বিজেপি নেতা বোৰক চাইড কৰিছে।’

‘আগন্তুক বিধানসভান নিৰ্বাচনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহু পুৰণি বিজেপি বিধায়কক চাইড কৰিব।’

এই মন্তব্য কৰিছে কংগ্ৰেছ নেতা তথা সাংসদ গৌৰৱ গগৈয়ে।

তেওঁ কয়- বেয়া দিনত বিজেপিৰ পতাকা খন ধৰি ৰখাৰ বহু নেতাক বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰীয়ে চাইড কৰিছে। হিমন্ত বিশ্ব শৰ্মা এজন ডুপ্লিকেট বিজেপি।’

কিন্তু এইবোৰ নিউজ আপোনালোকৰ চেনেলত নাবাজে বুলিও ক্ষোভ প্ৰকাশ কৰে গৌৰৱ গগৈয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *