অসম

হঠাৎ অসুস্থ AIUDF প্ৰধান বদৰুদ্দিন আজমল, কি ৰোগত আক্ৰান্ত সাংসদগৰাকী…?

হঠাৎ অসুস্থ AIUDF প্ৰধান বদৰুদ্দিন আজমল।

শুক্ৰবাৰে নিশা বিভিন্ন প্ৰকাৰৰ অহাৰ গ্ৰহণ কৰাৰ বাবে শৰীৰত প্ৰভাৱ পৰাৰ সন্দেহ কৰা হৈছে।

দক্ষিণ শালমৰা-মানকাচৰ জিলাৰ হাটশিঙিমাৰী আৱৰ্ত ভৱনত জিলা প্ৰশাসনৰ তত্বাৱধানত আশ্ৰয় লৈ আছে AIUDFপ্ৰধানগৰাকীয়ে।

অবশ্যে বৰ্তমান স্বাস্থ্য সুস্থিৰ বুলি জানিব পৰা গৈছে সাংসদগৰাকীৰ।

জানিব পৰা মতে, আৱৰ্ত ভৱনত সাধাৰণ লোকৰ প্ৰৱেশৰ অনুমতি দিয়া হোৱা নাই।

অৱশ্যে খাদ্যত বিষক্ৰিয়া বা খাদ্যৰ সংক্ৰমণ নে আন কিবা সেয়া চিকিৎসকে পৰীক্ষা কৰাৰ অন্ততহে গম পোৱা যাব।

Leave a Reply

Your email address will not be published. Required fields are marked *