সেউজ কাৰ্বি পাহাৰত ৰাজনীতিৰ উত্তাপ, আজি চাৰি স্থানত মুখ্যমন্ত্ৰীয়ে চলাব নিৰ্বাচনী প্ৰচাৰ…

সেউজ কাৰ্বি পাহাৰত ৰাজনীতিৰ উত্তাপ।

শাসক–বিৰোধী প্ৰতিটো ৰাজনৈতিক দলে চলাইছে নিৰ্বাচনী প্ৰচাৰ।

image 6
সেউজ কাৰ্বি পাহাৰত ৰাজনীতিৰ উত্তাপ, আজি চাৰি স্থানত মুখ্যমন্ত্ৰীয়ে চলাব নিৰ্বাচনী প্ৰচাৰ... 4

বুধবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিজেপি প্ৰাৰ্থীৰ হৈ চাৰি স্থানত চলাব নিৰ্বাচনী প্ৰচাৰ।

মুখ্যমন্ত্ৰী চোচেং, ৰংখাং আৰু দুৱাৰ আমলা সমষ্টিৰ বাবে বৈঠালাংছ’ত ৰাজহুৱা সভাত সম্বোধন কৰিব।

image 5
সেউজ কাৰ্বি পাহাৰত ৰাজনীতিৰ উত্তাপ, আজি চাৰি স্থানত মুখ্যমন্ত্ৰীয়ে চলাব নিৰ্বাচনী প্ৰচাৰ... 5

নিলিপ সমষ্টিৰ বিজেপি প্ৰাৰ্থী পবিত্ৰ ৰংপিৰ বাবে মুখ্যমন্ত্ৰীয়ে বোকাজানৰ চকিহোলাত চলাব প্ৰচাৰ।

বিয়লি ২ বজাত কপিলী সমষ্টিৰ বিজেপি প্ৰাৰ্থী পৱন কুমাৰৰ বাবে মুখ্যমন্ত্ৰীয়ে খেৰনীত চলাব প্ৰচাৰ।

image 7
সেউজ কাৰ্বি পাহাৰত ৰাজনীতিৰ উত্তাপ, আজি চাৰি স্থানত মুখ্যমন্ত্ৰীয়ে চলাব নিৰ্বাচনী প্ৰচাৰ... 6

আনহাতে, লাংফেৰ, সিংহাসন সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ বাবে বকলিয়াৰ জনসভাত ভাগ ল’ব মুখ্যমন্ত্ৰীয়ে।

লাংফেৰৰ বিজেপি প্ৰাৰ্থী হ’ল মধুৰাম লেখটে। সিংহাসন সমষ্টিৰ বিজেপি প্ৰাৰ্থী অমৰছিং টিছো।

Leave a Comment