অসম

ভয়ংকৰ পথ দুৰ্ঘটনা! অচিনাকী বাহনৰ খুন্দাত থিতাতে নিহত ছাত্ৰ নেতা…

জাগীৰোডৰ আমলীঘাটত সোমবাৰৰ নিশা সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা।

এই দুৰ্ঘটনাৰ ফলত থিতাতে নিহত এজন ছাত্ৰ নেতা।

নিহত ছাত্ৰ নেতাজন জাগীৰোডৰ মাৰ্কংকুছিৰ বুলি জানিব পৰা গৈছে।

নিহত ছাত্ৰ নেতাজন তিৱা ছাত্র সন্থা জাগীৰোড আঞ্চলিকৰ সভাপতি চানকিং মাদাৰ বুলি চিনাক্ত হৈছে।

অচিনাকি বাহনৰ খুন্দাত থিতাতে নিহত ছাত্ৰনেতা জন।

এই পথ দুৰ্ঘটনাৰ ফলত আন এজন গুৰুতৰভাৱে আহত হয়।

আহত জনক GMCH লৈ প্ৰেৰণ কৰা হয়।

যুৱকজনৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *