অসম

সুখবৰ! IBA বিশ্ব মহিলা বক্সিঙত লাভলিনা বৰগোঁহাইৰ গুৰুত্বপূৰ্ণ জয়…

অসমৰ ক্ৰীড়াজগতৰ বাবে এক ভাল খবৰ।

IBA বিশ্ব মহিলা বক্সিঙত লাভলিনা বৰগোঁহাইৰ গুৰুত্বপূৰ্ণ জয়।

৭০ কেজি শাখাত লাভলিনাই প্ৰাক্তন বিশ্ব চেম্পিয়ন চীন টাইপেৰ শক্তিশালী খেলুৱৈ চেন নিয়েন চিনক পৰাস্ত কৰি এই সফলতা লাভ কৰিছে।

তুৰস্কৰ ইষ্টানবুলত অনুষ্ঠিত হৈ আছে বিশ্ব মহিলা বক্সিং চেম্পিয়ন।

উল্লেখযোগ্য যে ২০২১ চনৰ টকিঅ’ অলিম্পিক গেমছতো লাভলিনা বৰগোঁহাইয়ে পৰাজিত কৰিছিল চীন টাইপেৰ খেলুৱৈ গৰাকীক।

একেখন প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জন কৰা অসমৰ আনগৰাকী বক্সাৰ অংকুশিতা বড়োৱে প্ৰথম ৰাউন্ডত বাই পাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *