শোকাৱহ! ৰে’লৰ খুন্দাত একেলগে প্ৰাণ হেৰুৱালে পিতা-পুত্ৰই…

এক শোকাৱহ দুৰ্ঘটনা।

ৰে’লৰ খুন্দাত একেলগে প্ৰাণ হেৰুৱালে পিতা-পুত্ৰই।

ধুবুৰী জিলাৰ বিলাসীপাৰাত সংঘটিত হৈছে এই শোকাৱহ ঘটনা।

বিলাসীপাৰাৰ চাপটগ্ৰামত সোণকোষ নদীৰ ওপৰত থকা ৰেলৰ দলঙত সংঘটিত হৈছে এই ঘটনা।

G1 11
শোকাৱহ! ৰে’লৰ খুন্দাত একেলগে প্ৰাণ হেৰুৱালে পিতা-পুত্ৰই... 4

ধুবুৰী-কামাখ্যা ফাষ্ট পেছেঞ্জাৰ ৰে’লৰ খুন্দাত নিহত হয় দুই পিতা-পুত্ৰ।

ধুবুৰীৰ পৰা কামাখ্যা অভিমুখে আহি আছিল ৰেলখন।

714
শোকাৱহ! ৰে’লৰ খুন্দাত একেলগে প্ৰাণ হেৰুৱালে পিতা-পুত্ৰই... 5

নিহত ইউছুফ আলী(৪০)আৰু ছাইদুৰ ইছলামৰ ঘৰ কোকৰাঝাৰ জিলাৰ জমুনাটাৰী গাঁৱত।

লগতে চাওকঃ

ED ৰ জালত পৰিল মহিলা IAS বিষয়া, তালাচীত ওলাল নগদ ২৫ কােটি টকা! পােহৰলৈ আহিল বহু বেনামী সম্পত্তিৰ তথ্য

G5 2 1
শোকাৱহ! ৰে’লৰ খুন্দাত একেলগে প্ৰাণ হেৰুৱালে পিতা-পুত্ৰই... 6

Leave a Comment