অসম

নিশ্চিত হ’ল সেই খবৰ! পুৱা ৮ বজাতে গুলীয়াই হত্যা কৰা হ’ল দুই যুৱকক…

অৱশেষত নিশ্চিত হ’ল সেই খবৰ।

পুৱা ৮ বজাত মৃত্যুদণ্ড বিহা হৈছে ২ আলফা সদস্যক।

গুলীয়াই হত্যা কৰা হয় দুই যুৱক ধনজিত আৰু সঞ্জীৱক।

একোটাকৈ গুলীয়ে বুকু ভেদি যায় সঞ্জীৱ আৰু ধনজিতৰ।

707

আনুষ্ঠানিক ভাৱে এই কথা সদৰি কৰিছে পৰেশ বৰুৱাই।

উল্লেখ্য যে, এক বিবৃতি যোগে চোৰাংচোৱাৰ অভিযোগত সঞ্জীৱ আৰু ধনজিতক মৃত্যুদণ্ড দিয়াৰ কথা সদৰি কৰিছিল আলফা স্বাধীনে।

ধনজিত আৰু সঞ্জীৱৰ এটা ভিডিঅ’ও প্ৰেৰণ কৰা হৈছিল সংবাদমাধ্যমলৈ।

ইয়াৰ পিছতে এই মৃত্যুদণ্ড কাৰ্যকৰী কৰা হ’য় বুলি পৰেশ বৰুৱাই সদৰি কৰে।

লগতে চাওকঃ

ED ৰ জালত পৰিল মহিলা IAS বিষয়া, তালাচীত ওলাল নগদ ২৫ কােটি টকা! পােহৰলৈ আহিল বহু বেনামী সম্পত্তিৰ তথ্য

G5 2 1

Leave a Reply

Your email address will not be published. Required fields are marked *