অসম

শোকাৱহ! বন্যহস্তীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ পিতৃ, মাতৃ আৰু কন্যাই…

ৰাজ্যত অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস।

গোৱালপাৰাত বন্যহস্তীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ তিনিজন লোকে।

গোৱালপাৰাত হাতীৰ আক্ৰমণত প্ৰাণ গ’ল পিতৃ, মাতৃ আৰু কন্যাৰ।

image 59

লক্ষীপুৰ আঞ্চলিক বন বিভাগৰ কাৰ্য্যালয় অন্তৰ্গত গৌনগৰ শালবাৰী দ্বিতীয় খণ্ডত সংঘটিত হৈছে এই শোকাৱহ ঘটনা।

হাতীৰ আক্ৰমণত নিহত তিনিজন ক্ৰমে- মমিন আলী ( ৭৫) জহুৰা বিবি(৬৬) জৰিমন বিবি (৫০)।

image 60

লগতে হাতীয়ে ভাঙি লণ্ড-ভণ্ড কৰিছে ১০ টাতকৈ অধিক বাসগৃহ।

নিশা হাতীৰ এক বৃহৎ জাকে গাঁৱখনত প্ৰৱেশ কৰি এই সন্ত্ৰাস চলাই।

Leave a Reply

Your email address will not be published. Required fields are marked *