অসম

শোকাৱহ! পুনৰ ৰেলৰ খুন্দাত প্ৰাণ গ’ল গজৰাজৰ…

এক শোকাৱহ ঘটনা।

ৰাজ্যত পুনৰ ৰেলৰ খুন্দাত প্ৰাণ গ’ল গজৰাজৰ।

এইবাৰ বোকাজানত ৰে’লৰ খুন্দাত প্ৰাণ গ’ল এটা বন্যহস্তীৰ।

উজনিমুৱা15665 নম্বৰৰ বি জি যাত্ৰীবাহী ৰে’লৰ খুন্দাত নিহত হয় হাতীটো।

ডাৰুকা বাগানৰ ৰে’ললাইনৰ সমীপত সংঘটিত হয় উক্ত ঘটনাটো।

ঘটনাস্থলীত উপস্থিত হয় ৰে’ল বিভাগ, বন বিভাগৰ লোক আৰু বোকাজান আৰক্ষী।

৯ জনীয়া এটা হাতীৰ জাকে ৰে’ললাইনটো পাৰ হ’ব লওঁতেই সংঘটিত হয় উক্ত দুৰ্ঘটনাটো।

Leave a Reply

Your email address will not be published. Required fields are marked *