অসম

শিশু ধৰ্ষণত অভিযুক্ত মহিম শৰ্মাক আৰক্ষীৰ এনকাউণ্টাৰ…

পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ।

চূণৰ ফোট দি চেণ্ডেলৰ মালা পিন্ধাই গাঁওবাসীয়ে শাস্তি দিয়া শিশু ধৰ্ষণকাৰী মহিম শৰ্মাক এনকাউণ্টাৰ।

আৰক্ষীৰ জিম্মাৰ পৰা পলায়লৰ চেষ্টা কৰোতেই আৰক্ষীয়ে গুলি কৰে অভিযুক্ত শৰ্মাক।

বিশ্বনাথ জিলাৰ বিহালীৰ কাঠনিবাৰীত এই জঘন্য ঘটনা সংঘটিত হোৱাৰ পিছতে আৰক্ষীয়ে আটক কৰিছিল তেওঁক৷

433

মোনাবাৰীৰ কাঠনীবাৰীৰ মহিম শৰ্মা নামৰ ৫৮ বছৰীয়া ব্যক্তিগৰাকীয়ে খেলি থকা অৱস্থাত এগৰাকী ৭ বছৰীয়া কণমানিক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কণমানি গৰাকীৰ পৰিয়ালৰ৷

যাৰ পাছতে উত্তেজিত জনতাই লোকগৰাকীক উত্তম-মধ্যম সোধাই চূণ তেল সানি চেন্দেলৰ মালা পিন্ধাই গাঁৱে গাঁৱে সমদল কৰি ঘূৰায় আৰু পাছত জিনজিয়া আৰক্ষীক গতাই দিয়ে।

কিন্তু নিশাই লোকগৰাকীয়ে আৰক্ষীয়ে জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে গুলি কৰে।

বৰ্তমানে গুলিবিদ্ধ লোকগৰাকীক তেজপুৰ মেজিকেল হাস্পতালত চিকিৎসাধীন হৈ আছে।

লগতে চাওকঃ

চৰণেহে জানে… মাংগলিক অনুষ্ঠানত অংশ লৈ নামঘৰতে শেষ নিশ্বাস ত্যাগ নগেন হাজৰিকাৰ

G5

Leave a Reply

Your email address will not be published. Required fields are marked *