অসম

লাভলীনালৈ BCCIৰ সন্মানঃ BCCIৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে প্ৰদান কৰিলে ২৫ লাখ টকাৰ চেক…

নিউজ ডেস্ক। অসম গৌৰৱ লাভলীনা বৰগোহাঁইলৈ BCCIৰ বিশেষ সন্মান।

BCCIৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে প্ৰদান কৰিলে ২৫ লাখ টকাৰ চেক।

চেক প্ৰদান অনুষ্ঠানত উপস্থিত থাকে BCCIৰ সম্পাদক জয় শ্বাহো।

353

মুম্বাইত আইপিএলৰ কলকাতা নাইট ৰাইডাৰ্ছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজৰ প্ৰথম খেলৰ প্ৰাক মুহূৰ্তত লাভলীনাক প্ৰদান কৰা হয় এই সন্মান।

উল্লেখ্য যে, টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল লাভলীনা বৰগোহাঁয়ে।

এই উপলব্ধিৰ বাবেই লাভলীনালৈ নগদ ২৫ লাখ টকা প্ৰদানৰ ঘােষণা কৰিছিল ভাৰতৰ শীৰ্ষ ক্ৰিকেট সংস্থা বিচিচিআইয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *