মৰ্মান্তিক! হুঁচৰি গাবলৈ যোৱা গাড়ী দুৰ্ঘটনাগ্ৰস্ত হৈ কৰুণ মৃত্যুক সাৱটিলে ৫ গৰাকী যুৱক-যুৱতীয়ে

নিউজ ডেস্ক। এক অতি মৰ্মান্তিক পথ দুৰ্ঘটনা।

হুঁচৰি গাবলৈ যোৱা গাড়ী দুৰ্ঘটনাগ্ৰস্ত হৈ কৰুণ মৃত্যুক সাৱটিলে ৫ গৰাকী যুৱক-যুৱতীয়ে।

গহপুৰৰ টকৌবাৰী ৰঙাজানত নিশা সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনাটো।

G2 17
মৰ্মান্তিক! হুঁচৰি গাবলৈ যোৱা গাড়ী দুৰ্ঘটনাগ্ৰস্ত হৈ কৰুণ মৃত্যুক সাৱটিলে ৫ গৰাকী যুৱক-যুৱতীয়ে 8

জানিব পৰা মতে, এখন বলেৰ’ পিকআপ গাড়ীৰে হুঁচৰি গাবলৈ গৈছিল প্ৰায় ২০জনীয়া এটা দল৷

দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ হৈছে AS 25 DC 7418 ।

p3 9
মৰ্মান্তিক! হুঁচৰি গাবলৈ যোৱা গাড়ী দুৰ্ঘটনাগ্ৰস্ত হৈ কৰুণ মৃত্যুক সাৱটিলে ৫ গৰাকী যুৱক-যুৱতীয়ে 9

দুৰ্ঘটনাৰ ফলত মৃত্যু ঘটিছে তিনিগৰাকী যুৱতীসহ দুজন যুৱকৰ৷

কৰুণ মৃত্যুক সাৱটি লোৱা যুৱতী কেইগৰাকীৰ হৈছে ৰাধিকা দৈমাৰী ,বুদ্ধিমতি বড়ো আৰু বৰ্ণালী বড়ো৷

p5 6
মৰ্মান্তিক! হুঁচৰি গাবলৈ যোৱা গাড়ী দুৰ্ঘটনাগ্ৰস্ত হৈ কৰুণ মৃত্যুক সাৱটিলে ৫ গৰাকী যুৱক-যুৱতীয়ে 10

আনহাতে দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আকোৱালি লোৱা দুই ক্ৰমে, সঞ্জয় বসুমতাৰী আৰু কলিমন বসুমতাৰী৷

ঘটনাত গুৰুতৰ ভাবে আহত হৈছে বিহুদলটোৰ আন পাঁচগৰাকী সদস্য।

p1 16
মৰ্মান্তিক! হুঁচৰি গাবলৈ যোৱা গাড়ী দুৰ্ঘটনাগ্ৰস্ত হৈ কৰুণ মৃত্যুক সাৱটিলে ৫ গৰাকী যুৱক-যুৱতীয়ে 11

আটাইকেইজনৰ ঘৰ উত্তৰ কাৰিবিল আৰু পুৰণি গেৰেজ গাঁৱত বুলি জানিব পৰা গৈছে।

p6 7
মৰ্মান্তিক! হুঁচৰি গাবলৈ যোৱা গাড়ী দুৰ্ঘটনাগ্ৰস্ত হৈ কৰুণ মৃত্যুক সাৱটিলে ৫ গৰাকী যুৱক-যুৱতীয়ে 12

ইপিনে, স্থানীয় লােকে অভিযােগ কৰা অনুসৰি, চালকে অত্যধিক সুৰাপান কৰাৰ লগতে তীব্ৰ বেগত বাহনখন চলােৱাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়।

p4 6
মৰ্মান্তিক! হুঁচৰি গাবলৈ যোৱা গাড়ী দুৰ্ঘটনাগ্ৰস্ত হৈ কৰুণ মৃত্যুক সাৱটিলে ৫ গৰাকী যুৱক-যুৱতীয়ে 13

ঘটনাৰ পিছতে পলাতক অৱস্থাত আছে বাহনখনৰ চালকজন।

লগতে চাওকঃ

‘বাংকু’ক গীটাৰ শিকাবা…! ফেচবুকত অন্তঃসত্বা পত্নীলৈ আবেগিক চিঠি লিখি আলফা (স্বা)লৈ গ’ল কংগ্ৰেছ নেতা জনাৰ্দন গগৈ

G5 10
মৰ্মান্তিক! হুঁচৰি গাবলৈ যোৱা গাড়ী দুৰ্ঘটনাগ্ৰস্ত হৈ কৰুণ মৃত্যুক সাৱটিলে ৫ গৰাকী যুৱক-যুৱতীয়ে 14

Leave a Comment