মৰ্মান্তিক! ভূমিস্খলনত প্ৰাণ গ’ল শিক্ষক, কন্যাসহ ৩ জনৰ

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা।

প্ৰবল বৃষ্টিপাতৰ মাজতে ভূমিস্খলনৰ কবলত পৰি কৰুণ মৃত্যু ৬ বছৰীয়া শিশুসহ ৩ জনৰ।

এই ঘটনা সংঘটিত হৈছে অসমৰ পাহাৰীয়া জিলা ডিমা হাচাওত।

জানিব পৰা মতে, হাফলঙৰ পৰা ৭ কিলোমিটাৰ দূৰত থকা হুকাইপুগ্ধী নামৰ ঠাইত ভূমিস্খলনৰ ফলত এগৰাকী চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীসহ তিনিজন লোকৰ মৃত্যু হয়।

15 05 22 Haflong landslide three parson killed 1
Pix BY UB photos

নিহত লােক কেইজন হৈছে, স্থানীয় এলপি স্কুলৰ শিক্ষক পাউৰামচুইলুংবে জেম (৪৯), তেওঁৰ জীয়ৰী কাঞ্চিলি জেম (চতুৰ্থ শ্ৰেণী) আৰু কিছেটেউং জেম (৩৪)।

এই ঘটনাই অঞ্চলটাত গভীৰ শােকৰ ছাঁ পেলাইছে।

লগতে চাওকঃ

দুই প্ৰেয়সীক একেলগে পত্নীৰ মৰ্যাদা প্ৰদান কৰা ৰােহিণীৰ জীৱনত ঘটিল এই অনাকাংক্ষিত ঘটনা

G3 9
মৰ্মান্তিক! ভূমিস্খলনত প্ৰাণ গ’ল শিক্ষক, কন্যাসহ ৩ জনৰ 3

Leave a Comment