মৰ্মান্তিক! পথাৰত গৰু আনিবলৈ যােৱাৰ সময়তে বজ্ৰপাতত প্ৰাণ হেৰুৱালে ছাত্ৰনেতা প্ৰণৱে…

এক শোকাৱহ ঘটনা।

পথাৰত গৰু আনিবলৈ যােৱাৰ সময়তে বজ্ৰপাতত প্ৰাণ হেৰুৱালে এগৰাকী চফল ডেকাই।

দুধনৈৰ কাৰিপাৰাত সংঘটিত হৈছে এই অঘটন।

বজ্ৰ পৰি অকাল মৃত্যুক সাৱটি লয় প্ৰণৱ নাথ নামৰ এগৰাকী যুৱকে।

image 138
মৰ্মান্তিক! পথাৰত গৰু আনিবলৈ যােৱাৰ সময়তে বজ্ৰপাতত প্ৰাণ হেৰুৱালে ছাত্ৰনেতা প্ৰণৱে... 2

কাৰিপাৰাৰ উপৰ-বগুৱানত সংঘটিত হয় এই কৰুণ ঘটনা৷

নিহত প্ৰণৱ নাথ গোৱালপাৰা নাথ যোগী ছাত্ৰ সন্থাৰ সক্ৰিয় সদস্যৰ উপৰি উপৰ-বগুৱান শাখাৰ সাংগঠনিক সম্পাদক আছিল৷

পিতৃ নৰ কুমাৰ নাথৰ কনিষ্ঠ পুত্ৰ প্ৰণৱ নাথৰ এই অকাল মৃত্যুৰ ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত।