অসম

মৰিয়নিত ৩৬০০টা ভোটত অগ্ৰগতি ৰূপজ্যোতি কূৰ্মী…

মৰিয়নিত বিজেপিৰ প্ৰাৰ্থী ৰূপজ্যোতি কূৰ্মীৰ অগ্ৰগতি।

৩৬০০টা ভোটত আগবাঢ়ি আছে ৰূপজ্যোতি কূৰ্মী।

প্ৰথম ৰাউণ্ডৰ ভোটগণনা সমাপ্তৰ অন্তত আগবাঢ়ি আছে কূৰ্মী।

এতিয়ালৈকে তিনিটা সমষ্টিত অগ্ৰগতি বিজেপিৰ।

এটাত ইউ পি পি এলৰ প্ৰাৰ্থী আৰু কংগ্ৰেছ আগবাঢ়ি আছে এটা সমষ্টিত।

গোসাইগাঁৱত কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকী আছে আগত।

Leave a Reply

Your email address will not be published. Required fields are marked *