অসম

মৰিয়নিত শেষ হাঁহি মাৰিলে বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কূৰ্মীয়ে…

মৰিয়নিত শেষ হাঁহি মাৰিলে বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কূৰ্মীয়ে।

উপ-নিৰ্বাচনত মৰিয়নি সমষ্টিত বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীৰ জয়লাভ।

মৰিয়নিত ৰুপজ্যোতি কুৰ্মীয়ে ৪০, ১৬৮ টা ভোটৰ ব্যৱধানত জয়লাভ কৰিছে।

অৱশ্যে আনুষ্ঠানিক ঘোষণা এতিয়াও বাকী।

জয় নিশ্চিত হোৱাৰ পাছতেই মৰিয়নীবাসীক ধন্যবাদ ৰূপজ্যোতি কুৰ্মীৰ সহধৰ্মিণীৰ

Leave a Reply

Your email address will not be published. Required fields are marked *