অসম

থাওৰাত শেষ হাঁহি মাৰিলে বিজেপিৰ সুশান্ত বৰগোহাঁয়ে…

থাওৰাত শেষ হাঁহি মাৰিলে বিজেপিৰ সুশান্ত বৰগোহাঁয়ে।

থাওৰা সমষ্টিত জয় লাভ কৰিছে বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোহাঁই।

২৯,৯৩১ টা ভোটৰ ব্যৱধানত জয়লাভ কৰিলে সুশান্ত বৰগোহাঁইয়ে।

সুশান্তই লাভ কৰিলে মুঠ ৫৩,২৮০ টা ভোট।

এক প্ৰকাৰ পাঁচটা সমষ্টি বিজেপিৰ দখললৈ যোৱাৰ উপক্ৰম হৈ পৰিছে।

অৱশ্যে এতিয়াও আনুষ্ঠানিক ঘোষণা বাকী আছে।

থাওৰাৰ ইতিহাসত সৰ্ববৃহৎ জয় সুশান্ত বৰগোহাঁইৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *