অসম

‘মানুহতকৈ কোন আছে, কোনোবা যদি দেৱতা আছে তেৱোঁ মানুহ’, জ্ঞানপীঠ বঁটা গ্ৰহণ কৰিলে নীলমণি ফুকনে…

অসমীয়া সাহিত্য জগতৰ বাবে আজি এটা বিশেষ দিন।

গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত জ্ঞানপীঠ বঁটা গ্ৰহণ কৰিলে কাব্যঋষি নীলমণি ফুকনে।

অসমৰ তৃতীয়জন জ্ঞানপীঠ বটাঁ বিজয়ী হিচাপে ২০২১ বৰ্ষৰ জ্ঞানপীঠ বটাঁ গ্ৰহণ কৰিলে নীলমণি ফুকন দেৱে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিলে এই বঁটা।

Image

জ্ঞানপীঠ বঁটা গ্ৰহণ কৰিয়েই মনৰ অনুভৱ ব্যক্ত কৰিলে নীলমণি ফুকনে।

কাব্যঋষিয়ে কয় ‘মানুহতকৈ কোন আছে, ক’ৰবাত যদি দেৱতা আছে, তেৱোঁ মানুহ তেৱোঁ মানুহ, তেৱোঁ মানুহ, তেৱোঁ মানুহ সেই দেৱতাৰ সন্মুখত আজি মই থিয় হৈ আছো বা বহি আছো।’

উল্লেখ্য যে, প্ৰথমবাৰৰ বাবে এইবাৰ অসমত প্ৰদান কৰা হৈছে জ্ঞানপীঠ বঁটা।

Leave a Reply

Your email address will not be published. Required fields are marked *