অসম

মহানগৰীৰ ছয়মাইলৰ দৈনিক বজাৰত প্ৰশাসনৰ উচ্ছেদ অভিযান…

মহানগৰীৰ ছয়মাইলৰ দৈনিক বজাৰত প্ৰশাসনৰ উচ্ছেদ অভিযান।

ছয়মাইলৰ উৰণীয়া সেঁতুৰ তলত থকা দৈনিক বজাৰত চলিল পৌৰ নিগমৰ উচ্ছেদ অভিযান।

এই উচ্ছেদ অভিযানত সৰু-বৰ সকলো দোকান ভাঙি পেলোৱা হয়।

image 13

জেচিবিৰে চলোৱা হয় এই উচ্ছেদ অভিযান।

কোনো আগজাননী নিদিয়াকৈ এই উচ্ছেদ অভিযান চলোৱাৰ অভিযোগ একাংশ ব্যৱসায়ীৰ।

প্ৰতি পুৱাই গুৱাহাটীৰ পৌৰ নিগমৰ কৰ্মীয়ে তেওঁলোকৰ পৰা দৈনন্দিন মাচুল সংগ্ৰহ কৰাৰো অভিযোগ কৰে ব্যৱসায়ীসকলে।

Leave a Reply

Your email address will not be published. Required fields are marked *