অসম

মহানগৰীত সক্ৰিয় গাড়ী চুৰি চক্ৰ, নগদ ধনসহ তেল ডিপোত ৰখাই থোৱা বাহন চুৰি…

মহানগৰীত সক্ৰিয় গাড়ী চুৰি চক্ৰ।

নগদ ধনসহ তেল ডিপোত ৰখাই থোৱা বাহন চুৰি।

ৰাজধানীৰ সমীপৰ পৰা শুকুৰবাৰে নিশা চুৰি হ’ল এখন ব’লেৰ বাহন।

বেলতলাৰ ৱায়াৰলেচৰ এটা পেট্ৰল পাম্পত ৰখাই থোৱা অৱস্থাত চুৰি হয় বাহনখন।

বাহনখনত আছিল প্ৰায় ২৭ হাজাৰ নগদ ধনৰ উপৰিও বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ।

চুৰি বাহনখনৰ নং AS 01 DL 9062.

বাহনখনৰ গৰাকী মানস প্ৰতিম ভূঞা বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে বৰ্তমানে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *