অসম

আৰক্ষীৰ জালত অনিমেষ ভূঞা হত্যাকাণ্ডৰ ১৪ নম্বৰ অপৰাধী প্ৰিয়ংশু দাস ওৰফে তিলৌ…

ৰাজ্য কঁপোৱা যোৰহাটৰ অনিমেষ ভূঞা হত্যাকাণ্ডৰ আন এগৰাকী অপৰাধী আৰক্ষীৰ জালত।

আৰক্ষীৰ জালত পৰিছে বৰ্বৰ হত্যাকাণ্ডৰ ১৪ নম্বৰ অপৰাধী প্ৰিয়াংশু দাস ওৰফে তিলৌ।

বৰ্বৰ গণপ্ৰহাৰ আৰু হত্যাৰ ঘটনাৰ ভিডিঅ অনুসৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে প্ৰিয়াংশু দাসক।

ভিডিঅ’ত দেখা যোৱা পাতল ৰঙা বৰণৰ ছাৰ্ট পৰিহিত অপৰাধীজনক যোৰহাট আৰক্ষীয়ে চিনাক্ত কৰি যোৱা নিশা গ্ৰেপ্তাৰ কৰে।

অপৰাধী জন হৈছে যোৰহাটৰে বৰিগাঁৱৰ ১৮বৰ্ষীয় প্ৰিয়ংশু দাস ওৰফে তিলৌ বুলি চিনাক্ত হৈছে।

যোৰহাট আৰক্ষীয়ে তিলৌ গ্ৰেপ্তাৰ হোৱাৰ খবৰ টুইটাৰ একাইণ্ট যোগে সদৰি কৰিছে।

উল্লেখ্য যে, সেই হত্যাকাণ্ডৰ মূল অপৰাধী ক’লা ল’ৰা ওৰফে নিৰজ দাস ইতিমধ্যে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈ দুৰ্ঘটনাত পৰি মৃত্যু মুখত পৰিছে।

লগতে চাওকঃ

নাৰী দেহ ব্যৱসায়ৰ ঘাটি উৎখাত, মহিলা- যুৱতীসহ ৭ জনক আটক আৰক্ষীৰ

Leave a Reply

Your email address will not be published. Required fields are marked *