চাঞ্চল্যকৰ ধন লুটৰ ঘটনা, মহানগৰীত দুৰ্বৃত্তই এজনৰ পৰা কাঢ়ি নিলে ২ লাখ টকা

নিউজ ডেস্ক। যেন অপৰাধীৰ ৰম্যভূমি হৈ পৰিছে গুৱাহাটী মহানগৰী।

মহানগৰীত পুনৰ সংঘটিত হ’ল ধন লুটৰ চাঞ্চল্যকৰ ঘটনা।

ৰুক্মিণীগাঁৱত এজন লোকৰ পৰা ২ লাখ টকা কাঢ়ি নিলে দুৰ্বৃত্তই।

G2 6
চাঞ্চল্যকৰ ধন লুটৰ ঘটনা, মহানগৰীত দুৰ্বৃত্তই এজনৰ পৰা কাঢ়ি নিলে ২ লাখ টকা 3

নম্বৰবিহীন বাইকত অহা চাৰি দুৰ্বৃত্তই লুটি নিয়ে ধনখিনি।

ঘনকান্ত দাস নামৰ হেঙৰাবাৰীৰ এজন লোকে SBI ৰুক্মিণীগাঁও শাখাৰ পৰা ২ লাখ টকা উলিয়াই আনোতেই কাঢ়ি লৈ যায় দুৰ্বৃত্তৰ দলটোৱে।

৬ এপ্ৰিলৰ দুপৰীয়া সংঘটত হৈছিল ঘটনা। 

চিচিটিভিত বন্দী হয় ধন লুটৰ এই সমগ্ৰ ঘটনা। 

ঘটনা সন্দৰ্ভত দিছপুৰ থানাত গোচৰ ৰুজু কৰিছে ভুক্তভোগী লোকজনে।

লগতে চাওকঃ

শোকাৱহ! এখন গাঁৱত একেলগে জ্বলিল পথ দুৰ্ঘটনাত মৃত ৩ বন্ধুৰ চিতা…

467
চাঞ্চল্যকৰ ধন লুটৰ ঘটনা, মহানগৰীত দুৰ্বৃত্তই এজনৰ পৰা কাঢ়ি নিলে ২ লাখ টকা 4

Leave a Comment