অসম

কেতিয়া ঘোষণা হ’ব মেট্ৰিক আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল? কি ক’লে পৰীক্ষা নিয়ন্ত্ৰকে?

নিউজ ডেস্ক। মে’ত ঘোষণা হব মেট্ৰিক আৰু হাইমাদ্ৰাছাৰ ফলাফল।

গহপুৰত এই ঘোষণা কৰিছে পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাৰ।

অনলাইন যোগেও লাভ কৰিব পাৰিব ফলাফল।

উল্লেখ্য যে, ক’ভিড পৰিস্থিতি উন্নত হোৱাৰ পিছত এইবাৰ ৰাজ্যত ক’ভিড প্ৰ’টকল মানি সুকলমে অনুষ্ঠিত হয় মেট্ৰিক আৰু হাইমাদ্ৰাছা পৰীক্ষা।

465

১৫ মাৰ্চৰ পৰা ৰাজ্যত অনুষ্ঠিত হয় মেট্ৰিক আৰু হাইমাদ্ৰাছাৰ পৰীক্ষা।

২০২১ বৰ্ষৰ প্ৰশ্ন কাকতেৰে এইবাৰ ৰাজ্যত অনুষ্ঠিত হয় মেট্ৰিক আৰু হাইমাদ্ৰাছাৰ পৰীক্ষা।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰ মুঠ ৪১৯৮৮৭ গৰাকী শিক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছে।

আনহাতে হাইমাদ্ৰাছা পৰীক্ষাত ১১২৪৫ গৰাকী শিক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছে।

লগতে চাওকঃ

একেলগে জ্বলি উঠিল ৩ বন্ধুৰ চিতা! এমাহ পূৰ্বে বিয়াত বহা অংকনা এতিয়া হৈ পৰিছে দিকহাৰা

G7 1

Leave a Reply

Your email address will not be published. Required fields are marked *