মহানগৰীত নিশা পথ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথৰ ৰেলিং ভাঙিলে বাহনে…

মহানগৰীৰ গণেশগুৰিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথৰ ৰেলিং ভাঙিলে বাহনে।

গণেশগুৰিৰ হনুমান মন্দিৰৰ সমীপত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো।

নিয়ন্ত্ৰণ হেৰুৱাই পদপথত খুন্দা মাৰে ইক’স্পৰ্টছ বাহনখনে।

সৌভাগ্যক্ৰমে ৰক্ষা পৰে বাহনখনৰ দুই আৰোহী।

বাহন খনৰ নম্বৰ হৈছে AS 01 BJ1415 বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ পৰা বিলাতী সুৰাৰ বটল উদ্ধাৰ কৰা হৈছে।