মহানগৰীত চাঞ্চল্যকৰ হত্যাকাণ্ডঃ প্ৰেচাৰ কুকাৰ, পটাগুটিৰে মৰিয়াই কিশোৰীক হত্যা…

মহানগৰীৰ উজান বজাৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড।

প্ৰেচাৰ কুকাৰ, পটাগুটিৰে মূৰত মৰিয়াই হত্যা এগৰাকী ১৪ বছৰীয়া কিশোৰীক।

Dimple-Kumawat-FILE-PIX

নিহত কিশোৰীগৰাকী দিম্পল কুমাৱত বুলি চিনাক্ত।

সন্দেহ কৰা মতে মূৰত প্ৰেচাৰ কুকাৰ আৰু পতাগুটি দি কিশোৰীগৰাকীক অতি নৃশংসভাৱে হত্যা কৰে কোনো দুৰ্বৃত্তই।

Police-investigates-with-sniffer-dog-near-the-residence-of-13-years-old-Dimple-Kumawat-who-was-bruta

১০ বজাৰ পিছত পিতৃ মাতৃ দোকানলৈ ওলাই যোৱাৰ পিছতেই এই হত্যাকাণ্ড সংঘটিত হয় ।

কিশোৰী গৰাকীৰ পিতৃৰ নাম পিতৃৰ নাম অশোক কুমাৱত।

Relatives-of-Dimple-Kumawat-a-13-years-old-girl-who-was-brutally-killed-at-her-Uzan-Bazaar-residence

এতিয়ালৈকে এই হত্যাকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই।

The-body-of-Dimple-Kumawat-a-13-years-old-girl-who-was-brutally-killed-at-her-Uzan-Bazaar-residence-

ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

কিশোৰীগৰাকী এঞ্জেল অব গড হাইস্কুলৰ ছাত্ৰী আছিল।

Leave a Comment