মণিপুৰত সংঘটিত হোৱা ভূমিস্খলনত নিহত লামডিঙৰ এগৰাকী ব্যক্তি।
মৃত লোকজন লামডিং সাধুকুটিৰ নিৱাসী গুৰেন্দ্ৰ উপাধ্যায়।
নায়ক কোম্পানী এণ্ড প্ৰাইভেট লিমিটেডৰ চুপাৰভাইজাৰ হিচাৰে মণিপুৰত কৰ্মৰত আছিল উপাধ্যায়।
চিনাক্ত কৰণৰ হোৱাৰ পিছতেই লামডিঙলৈ অনা হয় মৃতদেহটো।
বৰ্তমাণ শোকাকুল পৰিৱেশে বিৰাজ কৰিছে অঞ্চলজুৰি।









