ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত দুই বাইক আৰোহী…

গোৱালপাৰা জিলাৰ দুধনৈত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।

বাইক আৰু মাৰুতি অ’ল্টৰ মাজত মুখামুখি সংঘর্ষ৷

দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত দুই বাইক আৰহী৷

আনহাতে গুৰুতৰভাৱে আহত হয় তিনিজনকৈ লোক।

নিহত লোক দুজনৰ নাম আলাউদ্দিন আৰু ছানিদুল৷

নিহত লোক দুজন গোৱালপাৰাৰ মাটিয়া কাৰিপাৰাৰ নিবাসী৷

দুৰ্ঘটনাটোক লৈ অঞ্চলজুৰি পৰিছে শোকৰ ছাঁ৷

Leave a Comment