ৰাষ্ট্ৰীয়

ভয়ংকৰ পথ দুৰ্ঘটনা! একেটা পৰিয়ালৰ ৮ জনৰ কৰুণ মৃত্যু, কথমপি প্ৰাণ ৰক্ষা এটি কণমানিৰ…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাটোৰ ফলত একেটা পৰিয়ালৰ ৮ জনকৈ লোকৰ কৰুণ মৃত্যু।

হাৰিয়ানাৰ বাহাদুৰগড়ত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনটো।

পুৱা ৪ মান বজাত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে।

অৱশ্যে দুৰ্গটনাটোত সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পাই এটি শিশুৰ।

কিন্তু প্ৰাণ ৰক্ষা পৰিলেও গুৰুতৰ ভাৱে আহত হয় দুৰ্ঘটনাত। লগে লগে উদ্ধাৰকাৰী দলে শিশুটিক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰায়।

মৃত লোকসকলৰ ভিতৰত আছে এটি শিশু আৰু তিনিগৰাকী মহিলা আৰু চাৰিগৰাকী পুৰুষ।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, কেএমপি এক্সপ্ৰেছৱে’ হাইৱে’ত এখন বাহনে আন এখন বাহনক অভাৰটেক কৰিবলৈ লওতেই এই দুৰ্ঘটনাটো সংঘটিত হয়।

লগতে চাওকঃ

দেশত এতিয়াও পেট্ৰ’ল-ডিজেলৰ দাম বহুত কম, ৯৫ শতাংশই নকৰে ব্যৱহাৰ! দাবী এগৰাকী মন্ত্ৰীৰ

Leave a Reply

Your email address will not be published. Required fields are marked *