এক চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা।
তেল ডিপোত গুলীচালনা কৰি দুৰ্বৃত্তই লাুটি লে ধন।
যোৰহাটৰ সংঘটিত হৈছে এক ডকাইতিৰ ঘটনা।
NRL ৰ তেল ডিপোট সংঘটিত হৈছে এই ঘটনাটো।
বাইকত অহা দুজনীয়া ডকাইতৰ দলে সংঘটিত কৰে এই কাণ্ড।
ডিপোটোত ডকাইতৰ দলটোৱে গুলীচালনা কৰি লুটি লৈ যায় নগদ প্ৰায় 13 হাজাৰ টকা।
জানিবপৰা মতে, এখন ৰঙা ৰঙৰ পালচাৰত আহিছিল ধৃত দুই যুৱক৷
সম্প্ৰতি ঘটনাস্থলীত যোৰহাট আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।









