অসম

ভূমিস্খলনৰ আশংকাঃ গুৱাহাটীৰ ৩৬৬টা পৰিয়ালক বাসগৃহ খালী কৰিবলৈ নিৰ্দেশ

গুৱাহাটী মহানগৰীত ভূমিস্খলনৰ আশংকা।

গুৱাহাটীৰ ৩৬৬টা পৰিয়ালক বাসগৃহ খালী কৰিবলৈ নিৰ্দেশ প্ৰশাসনৰ।

গুৱাহাটীৰ পানীখাইতিতো ভয়াৱহ ভূমিস্খলনৰ আশংকা।

শীঘ্রেই বাসগৃহ খালী কৰাৰ নিৰ্দেশ চন্দ্রপুৰ ৰাজহ চক্র বিষয়াৰ।

পানীখাইতিৰ ১৬টা পৰিয়াললৈ ঘৰ খালী কৰাৰ জাননী।

চন্দ্ৰপুৰ ৰাজহ চক্ৰৰ মতে, অঞ্চলটোত প্ৰচুৰ ভূমিস্খলন হোৱাৰ সম্ভাৱনা আছে, যাৰ পৰিপ্ৰেক্ষিতত আৱাসীসকলক তেওঁলোকৰ বাসস্থান খালী কৰিবলৈ কোৱা হৈছে।

ইফালে, কামৰূপ (মেট্ৰ’পলিটান) জিলা প্ৰশাসনে শনিবাৰে গুৱাহাটীৰ কেইবাটাও ভূমিস্খলন প্ৰৱণ অঞ্চলৰ বাসিন্দাসকলক এক জাননী জাৰি কৰি সুৰক্ষিত স্থানলৈ স্থানান্তৰিত হ’বলৈ কৈছিল।

গুৱাহাটীৰো ৩৬৬টা পৰিয়াললৈ প্ৰশাসনে জাৰি কৰিছে এই জাননী।

ভূমিস্খলনৰ বাবে ঘৰ খালী কৰাৰ নিৰ্দেশ প্ৰশাসনৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *