ভাৰতীয় টি-২০ দলৰ অধিনায়কৰ পদ ত্যাগৰ ঘোষণা বিৰাট কোহলিৰ…

ভাৰতীয় টি-২০ দলৰ অধিনায়কৰ পদ ত্যাগৰ কথা ঘোষণা বিৰাট কোহলিৰ।

এই কথা ছ’চিয়েল মিডিয়াযোগে ঘোষণা কৰে কোহলীয়ে।

ডুবাইত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ পিচতেই কোহলিয়ে ত্যাগ কৰিব টি-২০ দলৰ অধিনায়কৰ পদ।

অৱশ্যে অধিনায়কৰ দায়িত্ব এৰিলেও ভাৰতীয় দলৰ হৈ তেওঁ খেলি যাব টি-২০ ক্ৰিকেট।

এদিনীয়া ক্ৰিকেটৰ লগতে টেষ্ট ক্ৰিকেটত মনোনিৱেশ কৰিবৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে বিৰাটে।

Leave a Comment