ভাৰতীয় জেভলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাৰ আন এক সফলতা, স্বৰ্ণপদক লাভ…

ভাৰতীয় জেভলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাৰ আন এক সফলতা।

ফিনলেণ্ডৰ ক্ৰীড়া মহোৎসৱত উজলিছে নীৰজ চোপ্ৰা।

ফিনলেণ্ডৰ কৌৰটেন গেমছত নীৰজৰ স্বৰ্ণপদক লাভ।

৮৬.৬৯ মিটাৰ দূৰত্বলৈকে জোভলিন থ্ৰো কৰে নীৰজ চোপ্ৰাই।

বছৰটোৰ দ্বিতীয়া প্ৰতিযোগিতাত যোগ দি নীৰজৰ এই কৃতিত্ব লাভ।