অসম

ভাল খবৰ! গুৱাহাটীলৈ স্থানান্তৰ কৰা হ’ব অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যালয়…

ৰাজ্যবাসীৰ বাবে এক সুঃখবৰ।

গুৱাহাটীলৈ স্থানান্তৰ কৰা হ’ব অইলৰ মুখ্য কাৰ্যালয়।

অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যালয় স্থানান্তৰিত হ’ব গুৱাহাটীলৈ 

সোমবাৰে উত্তৰ গুৱাহাটীত এই কথা সদৰি কৰে পেট্ৰ’লিয়াম দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে।

বৰ্তমান এই কাৰ্যালয়টো আছে নতুন দিল্লীৰ নয়ডাত।

Leave a Reply

Your email address will not be published. Required fields are marked *