ভাল খবৰ! অৰ্জুন বঁটাৰ বাবে নিৰ্বাচিত অসমৰ নয়নমণি শইকীয়া

নিউজ ডেস্ক। অসমবাসীৰ বাবে ভাল খবৰ।

সন্মানীয় অৰ্জুন বঁটাৰ বাবে নিৰ্বাচিত হ’ল অসমৰ নয়নমণি শইকীয়া।

photo 2022 11 14 19 49 36
ভাল খবৰ! অৰ্জুন বঁটাৰ বাবে নিৰ্বাচিত অসমৰ নয়নমণি শইকীয়া 2

কমনৱেলথত স্বৰ্ণ বিজয়ী নয়নমণি শইকীয়াক অহা ৩੦ নৱেম্বৰত প্ৰদান কৰা হ’ব অৰ্জুন বঁটা।

উল্লেখ্য যে কমনৱেলথত লন বলৰ দলীয় শাখাত স্বৰ্ণপদক লাভ কৰিছিল শইকীয়াই।

ভাৰতৰ ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিব ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা।

উল্লেখ্য যে অসম চৰকাৰে DSP হিচাপে নিযুক্তি প্ৰদান কৰিছে নয়নমণি শইকীয়াক।