অসম

ভগ্ন অৰ্থনীতিৰ বোজা সুৰাপায়ীৰ হাতত! ১৫ জুনৰ পৰা বৃদ্ধি পাব সুৰাৰ দাম…

ৰাজহ সংগ্ৰহৰ লক্ষ্যৰে পুনৰ দাম বৃদ্ধি পাব সুৰাৰ।

১৫ জুনৰ পৰা ৰাজ্যত পুনৰ বৃদ্ধি পাব সুৰাৰ মূল্য।

সাধাৰণ সুৰাৰ মূল্য বৃদ্ধি হ’ব ৬৫ শতাংশ।

image 40

৭৫০ মিলিলিটাৰৰ সুৰাৰ বটলত বৃদ্ধি পাব ৮০ টকা পৰ্যন্ত।

ৰেগুলাৰ ব্ৰেণ্ডত বৃদ্ধি পাব ৯২ টকা।

ইলিগেণ্ট ব্ৰেণ্ডত বৃদ্ধি পাব সৰ্বাধিক ১৪২ টকা।

ক্লাছিক প্ৰিমিয়াম ব্ৰেণ্ডত বৃদ্ধি হ’ব ৩৫০ টকা।

ইতিমধ্যে দাম বৃদ্ধি সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে আবকাৰী বিভাগে।

Leave a Reply

Your email address will not be published. Required fields are marked *