ৰাষ্ট্ৰীয়

বেংক ষ্ট্ৰাইকঃ দেশজুৰি দুদিনৰ বাবে বন্ধ থাকিব বেংক…

দেশজুৰি দুদিনৰ বাবে বন্ধ থাকিব বেংক।

সমগ্ৰ দেশজুৰি প্ৰায় ১০ লাখ বেংক কৰ্মচাৰীয়ে অৱস্থান ধৰ্মঘটেৰে সাব্যস্ত কৰিব প্ৰতিবাদ। 

যাৰ পৰিপেক্ষিতত ১৬ আৰু ১৭ ডিচেম্বৰ বৃহস্পতিবাৰ আৰু শুকুৰবাৰে দেশজুৰি বন্ধ থাকিব বেংক।

মহানগৰীৰ চচলতো United Forum of Bank Unions-এ সাব্যস্ত কৰিব প্ৰতিবাদ।

ৰাজহুৱা খণ্ডৰ বেংক সমূহক ব্যক্তিগত কৰণৰ বিৰোধিতাৰে দেশজুৰি এই প্ৰতিবাদ কৰিব বেংকৰ কৰ্মচাৰী সকলে।

সমান্তৰাল ভাৱে Banking Laws (Amendment) Bill প্ৰত্যাহাৰ কৰাৰ দাবীতো প্ৰতিবাদ সাব্যস্ত কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *