বেংক প্ৰৱঞ্চনা গোচৰ! সাংসদ নাগেশ্বৰ ৰাওৰ ৮০.৬৫ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত EDৰ…

নিউজ ডেস্কঃ তেলেংগানাৰ টিআৰএছৰ সাংসদ নাগেশ্বৰ ৰায়ৰ ৮০ কোটি টকাৰো অধিক মূল্যৰ সম্পত্তি বাজেয়াপ্ত।

বেংক প্ৰৱঞ্চনাৰ অভিযোগত সাংসদ গৰাকীৰ ৮০.৬৫ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত কৰে ইডিয়ে।

উল্লেখ্য যে, মধুকন গ্রুপ অব্ কোম্পানীৰ সঞ্চালক নাগেশ্বৰ ৰাৱে কোম্পানীটোৰ বাবে লৈছিল বৃহৎ পৰিমাণৰ লোক।

image 146
বেংক প্ৰৱঞ্চনা গোচৰ! সাংসদ নাগেশ্বৰ ৰাওৰ ৮০.৬৫ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত EDৰ… 3

লোন লোৱাৰ সময়ত নিজে গেৰাণ্টৰ হিচাপে আছিল কোম্পানীটোৰ সঞ্চালক তথা সাংসদ নাগেশ্বৰ ৰাও।

কিন্তু বেংকৰ ঋণ ঘূৰাই দিয়াত ব্যৰ্থ হয় নাগেশ্বৰ ৰাও আৰু তেওঁৰ কোম্পানী।

ইয়াৰ মাজতে ৰাঁচী এক্সপ্ৰেছ বে’ আৰু মধুকন প্ৰজেক্ট লিমিটেডৰ সঞ্চালক নাগেশ্বৰ ৰাও ঠিকাদাৰৰ বিৰুদ্ধে উত্থাপন হয় ধনৰ অবৈধ লেনদেনৰ অভিযোগ।

image 147
বেংক প্ৰৱঞ্চনা গোচৰ! সাংসদ নাগেশ্বৰ ৰাওৰ ৮০.৬৫ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত EDৰ… 4

তাৰ পিছতে ইডিয়ে অভিযান চলাই জব্দ কৰে সাংসদ গৰাকীৰ ৮০.৬৫ কোটি টকাৰ সম্পত্তি।

ইডিয়ে অস্থায়ীভাৱে বাজেয়াপ্ত কৰিছে নাগেশ্বৰ ৰাৱৰ ২৮ টা অস্থাৱৰ সম্পত্তি।