অসম

বৃহৎ কেলেংকাৰীঃ অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সম্পাদকক গ্ৰেপ্তাৰ…

অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সম্পাদকক গ্ৰেপ্তাৰ।

টিংখঙৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সম্পাদক প্ৰদীপ বুঢ়াগোহাঁইক।

গ্ৰেপ্তাৰ কৰা ক্ৰীড়া সংগঠকগৰাকীক গুৱাহাটীলৈ অনা হৈছে।

প্ৰায় ৫০ কোটি টকীয়া কেলেংকাৰীত জড়িত থকাৰ অভিযোগ প্ৰদীপ বুঢ়াগোহাঁইৰ বিৰুদ্ধে।

প্ৰদীপ বুঢ়াগোহাঁইৰ নিজৰ কাৰ্যকালত সংঘটিত হৈছিল এই কেলংকাৰী।

নিজৰ কাৰ্যকালত আঁচনি ৰূপায়নৰ নামত তেওঁ সংঘটিত কৰিছিল এই বৃহৎ কেলেংকাৰী।

এই কেলংকাৰীৰ বিৰুদ্ধে ফটাশীল থানাত ৰুজু কৰা হৈছিল গোচৰ

Leave a Reply

Your email address will not be published. Required fields are marked *