বিপদত মুখ্যমন্ত্ৰী! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আদালতৰ চমন…

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আদালতৰ চমন।

২৫ ফেব্ৰুৱাৰীত গুৱাহাটীৰ CJM আদালতত হাজিৰৰ নিৰ্দেশ।

২০১৯ৰ লোকসভা নিৰ্বাচনত নিৰ্বাচনী বিধি ভংগৰ অভিযোগত ৰুজু হৈছিল গোচৰ।

নিৰ্বাচনী আয়োগৰ গোচৰত এই চমন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ।

প্ৰচাৰৰ সময় শেষ হোৱাৰ পিছতো চেটেলাইট চেনেলত সাক্ষাৎকাৰ দিয়াৰ অভিযোগ।

প্ৰদেশ কংগ্ৰেছে নিৰ্বাচন আয়োগক দিছিল এই সন্দৰ্ভত অভিযোগ।

এই অভিযোগৰ ভিত্তিতেই আদালত প্ৰতিবেদন দিছিল নিৰ্বাচন আয়োগে।

Leave a Comment