ত্ৰিপুৰা

বিদ্যালয় চৌহদত ৰাজনৈতিক অনুষ্ঠান অনুষ্ঠিত কৰাৰ ওপৰত কঠোৰ নিষেধাজ্ঞা…

বিদ্যালয় চৌহদত ৰাজনৈতিক অনুষ্ঠান অনুষ্ঠিত কৰাৰ ওপৰত কঠোৰ নিষেধাজ্ঞা।

এই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে ত্ৰিপুৰা চৰকাৰে।

ত্ৰিপুৰা চৰকাৰৰ শিক্ষা বিভাগে বিদ্যালয় চলি থকাৰ সময়ত বিদ্যালয় চৌহদত ৰাজনৈতিক সমদল আৰু কাৰ্যসূচী সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰিছে।

অৱশ্যে, এনে যিকোনো কাৰ্যসূচীৰ বাবে শিক্ষা বিভাগৰ পৰা এন অ’ চি লোৱাটো বাধ্যতামূলক কৰা হৈছে।

নিৰ্দেশণাটোত লগতে কোৱা হৈছে যে, খেলপথাৰকে ধৰি বিদ্যালয়ৰ যিকোনো সম্পদ ৰাজনৈতিক দলক ব্যৱহাৰ কৰিবলৈ দিয়া নহ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *