অসম

বিতৰ্কিত মডেল ৰাজকন্যা বৰুৱাৰ জামিন লাভ…

বিতৰ্কিত মডেল ৰাজকন্যা বৰুৱাৰ জামিন লাভ।

গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজকন্যা বৰুৱা প্ৰদান কৰে জামিন।

৫০ হাজাৰ টকা আমানত ধনৰ বিনিময়ত জামিন লাভ কৰে ৰাজকন্যা বৰুৱাই।

উল্লেখ্য যে, যোৱা ২ অক্টোবৰৰ নিশা সুৰাসক্ত অৱস্থাত ৰুক্মিণীগাঁৱত ৮ জনকৈ শ্ৰমিকক বাহনেৰে মহটিয়াই আহত কৰিছিল ৰাজকন্যাই।

এই দুৰ্ঘটনাত ৮ জন শ্ৰমিক গুৰুতৰভাৱে আহত হোৱাৰ লগতে দুয়োখন ভৰি হেৰুওৱা দুৰ্ভগীয়া শ্ৰমিক যোছেফ মাৰাকে যোৱা ১০ নৱেম্বৰত শেষ নিশ্বাস ত্যাগ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *