অসমীয়াঅসম

বান সমস্যাৰ বুজ ল’বলৈ যোৱাৰ সময়তে দুৰ্ঘটনাত পতিত মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ বাহন, আহত ৪ জন

নিউজ ডেস্কঃ বান সমস্যাৰ বুজ ল’বলৈ যোৱাৰ সময়তে দুৰ্ঘটনাত পতিত হ’ল মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ বাহন।

হোজাইলৈ গৈ থকা সময়তে জোৰাপুখুৰীৰ বৰবহাত দুৰ্ঘটনাত পতিত হয় মন্ত্ৰীগৰাকীৰ দেহৰক্ষীৰ এখন বাহন।

photo1652943488

দুৰ্ঘটনাত ৪ জন লোক আহত হোৱা বুলি জানিব পৰা গৈছে।

photo1652943872

আহত সকলক প্ৰেমেশ্বৰ বৰা, ধৰণী শইকীয়া, ভৰত চন্দ্ৰ বৰা আৰু মজমুল হক বুলি জানিব পৰা গৈছে।

photo1652943489

আহত আটাইকেইজনকে ততাতৈয়াকৈ হোজাই জিলা হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *