অসম

বটদ্ৰৱাত চলিল বুলড’জাৰ! হিংসাত্মক ঘটনাৰ পাছতে বটদ্ৰৱাত প্ৰশাসনৰ উচ্ছেদ…

হিংসাত্মক ঘটনাৰ পাছতে বটদ্ৰৱাত প্ৰশাসনৰ উচ্ছেদ।

শনিবাৰে বটদ্ৰৱা থানাত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ পাছতে প্ৰশাসনে আৰম্ভ কৰিছে উচ্ছেদ অভিযান।

image 48

দেওবাৰে পুৱাই বুলড’জাৰ, এক্সকেভেটাৰ লৈ উচ্ছেদ অভিযান প্ৰশাসনৰ।

থানাৰ কাষৰীয়া অঞ্চল তথা শালনীবাৰীৰ কেইবাটাও ঘৰ এক্সকেভেটৰ লৈ উচ্ছেদ চলালে প্ৰশাসনে।

বিশাল নিৰাপত্তাবাহিনী লৈ উচ্ছেদ অভিযান আৰম্ভ কৰিছে প্ৰশাসনে।

image 49

আনহাতে, শালনীবাৰীৰ পিছত হাইডুবিতো চলিল উচ্ছেদ অভিযান। দুটাকৈ ঘৰ উচ্ছেদ কৰিলে প্ৰশাসনে।

উল্লেখ্য যে, শনিবাৰে প্ৰতিবাদৰ নামত বিয়লিভাগত এদল উন্মত্ত লোকে জ্বলাই দিছিল বটদ্ৰৱা থানা।

image 50

উক্ত ঘটনাক লৈ এতিয়ালৈকে আৰক্ষীয়ে ১৫গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *