অসম

বটদ্ৰৱা কাণ্ডঃ আৰক্ষীৰ বাহন জ্বলাই দিয়া চাবিনা খাটুনৰ সৈতে ১৭গৰাকী লোকক গ্ৰেপ্তাৰ…

বটদ্ৰৱা কাণ্ডৰ মূল অভিযুক্ত মহিলাগৰাকীক গ্ৰেপ্তাৰ।

আৰক্ষীৰ বাহন জ্বলাই দিয়া চাবিনা খাটুনৰ সৈতে ১৭গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

নগাওঁ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মহিলাগৰাকীক।

image 52

আৰক্ষীৰ বাহনত অগ্নি সংযোগ কৰিছিল মহিলাগৰাকীয়ে।

জ্বলাই দিছিল থানাৰ কেইবাখনো বাহন। সমগ্ৰ দৃশ্য বন্দী হৈছিল কেমেৰাত।

image 51

তাৰ পিছতে মহিলাগৰাকীৰ সন্ধানত আৰম্ভ হৈছিল অভিযান।

বৰ্তমানলৈ ২১গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

ঘটনা সংঘটিত হোৱা অঞ্চলত অধিক আৰক্ষীয়ে মোতায়েন।

Leave a Reply

Your email address will not be published. Required fields are marked *