প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ বাসগৃহৰ বিদ্যুৎ সংযোগ কৰ্তন

নিউজ ডেস্কঃ কৰ্তন কৰা হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ বাসগৃহৰ বিদ্যুৎ সংযোগ।

বুধবাৰে প্ৰফুল্ল কুমাৰ মহন্তৰ পুৰণি বিধায়ক আৱাসৰ বাসগৃহৰ বিদ্যুৎ সংযোগ কৰ্তন।

পূৰ্বে ঘৰ খালী কৰিবলৈ জাননী জাৰি কৰা হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক।

কিন্তু বিগত ৬ মাহ ধৰি মহন্তই ঘৰ খালী নকৰাত কৰ্তন কৰা হয় বাসগৃহৰ বিদ্যুৎ সংযোগ।