অসমঅসমীয়া

প্ৰাক্তন আছু নেতা বিজু গগৈক মৃত্যুদণ্ড আলফা (স্বা)ৰ!

নিউজ ডেস্ক। অসম আৰক্ষীৰ চােৰাংচােৱাগিৰি কৰাৰ অভিযােগত পৰেশ বৰুৱা নেতৃত্বাধীন সংযুক্ত মুক্তি বাহিনী, অসমে (স্বাধীন) সঞ্জীৱ শৰ্মা আৰু ধনজিত দাসক মৃত্যুদণ্ড বিহাৰ খবৰে ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তে এইবাৰ আন এজন অসমীয়া যুৱকক সংগঠনটােৱে মৃত্যুদণ্ড বিহা বুলি পােহৰলৈ আহিছে।

এইবাৰ এগৰাকী প্ৰাক্তন আছু নেতা বিজু গগৈ ওৰফে ভাগ্য অসমক আলফা (স্বাঃ)ৰ মৃত্যুদণ্ড।

G6 5

জানিব পৰা মতে, কা’ আন্দোলনৰ সময়ত আলফাত যোগদান কৰিছিল’ বিজু গগৈয়ে।

তিনিচুকীয়াৰ পেঙেৰিৰ আছু নেতা আছিল বিজু।

আৰক্ষীৰ জালত পৰা সন্তোষ লামা ওৰফে আপা অসম নামৰ এজন আলফা (স্বা)ৰ কেডাৰে প্ৰকাশ কৰিছে এই কথা।

লগতে চাওকঃ

প্ৰবঞ্চক ভাবী স্বামীক গ্ৰেপ্তাৰৰ পিছত এইবাৰ SI জােনমিণ ৰাভাৰ নাম সাঙোৰ খাই পৰিছে প্ৰৱঞ্চনাত

junmoni rabha

Leave a Reply

Your email address will not be published. Required fields are marked *