অসম

প্ৰসংগ- ১লাখ নিযুক্তিঃ ১৪ মে’ত ২৩ হাজাৰ নিযুক্তি প্ৰদান কৰিব অসম চৰকাৰে…

নিবনুৱাৰ বাবে ৰাজ্য চৰকাৰে আনিছে ভাল খবৰ!

১ লাখ নিৱনুৱাক নিযুক্তি প্ৰদানৰ দিশে অগ্ৰসৰ হৈছে ৰাজ্য চৰকাৰ।

ইয়াৰে অংশ হিচাপে অহা ১৪ মে’ত ২৩ হাজাৰ নিযুক্তি প্ৰদান কৰিব অসম চৰকাৰে।

স্বাস্থ্য, শিক্ষা আৰু গৃহ বিভাগত হ’ব এই বৃহৎ নিযুক্তি।

টুইটাৰযোগে এই কথা সদৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Leave a Reply

Your email address will not be published. Required fields are marked *