অসম

আব্দুল আহাদ চৌধুৰীৰ এনকাউণ্টাৰৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা…

কয়লা মাফিয়া আব্দুল আহাদ চৌধুৰীৰ এনকাউণ্টাৰৰ তদন্ত ঘোষণা।

দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ ঘোষণা জিলা উপায়ুক্ত ৰোহন কুমাৰ ঝাৰ।

লালাৰ চক্ৰ বিষয়া জিণ্টু বৰাক এই তদন্তৰ দায়িত্ব।

আব্দুল আহাদ চৌধুৰীৰ এনকাউণ্টাৰৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল বিতৰ্ক।

আব্দুলৰ বিৰুদ্ধে আছিল বহু অভিযোগ।

উল্লেখ্য যে, বহু শীৰ্ষ আৰক্ষী বিষয়া, ৰাজনৈতিক নেতা, সংবাদ মাধ্যমৰ ব্যক্তিৰ লগত সম্পৰ্ক আছিল আহাদ চৌধুৰীৰ।

সেয়ে আহাদ চৌধুৰীৰ এনকাউণ্টাৰক লৈ সৃষ্টি হৈছে বিতৰ্ক।

Leave a Reply

Your email address will not be published. Required fields are marked *