সাধাৰণ জনতালৈ মোডী চৰকাৰৰ ডাঙৰ সকাহ।
প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ হিতাধিকাৰীলৈ ভাল খবৰ।
প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ ৯ কোটিৰো অধিক হিতাধিকাৰীক প্ৰতি গেছ চিলিণ্ডাৰত ৰাজসাহায্যৰ ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে।
২০০ টকাকৈ কমিব চিলিণ্ডাৰৰ দাম।
9/12 Also, this year, we will give a subsidy of ₹ 200 per gas cylinder (upto 12 cylinders) to over 9 crore beneficiaries of Pradhan Mantri Ujjwala Yojana. This will help our mothers and sisters. This will have a revenue implication of around ₹ 6100 crore a year. #Ujjwala
— Nirmala Sitharaman (@nsitharaman) May 21, 2022
বাছৰত ১২ টা চিলিণ্ডাৰলৈ ২০০ টকাকৈ লাভ কৰিব ৰেহাই।