অসম

প্ৰথমে পাকঘৰত বনাই খালে চাহ-অমলেট, তাৰ পিছত লুটি নিলে নগদ ধনসহ আ-অলংকাৰ…

নিউজ ডেস্ক। বিহুৰ আনন্দ উল্লাসৰ মাজতে নিশা চোৰে চলাই চাফাই অভিযান।

বিশ্বনাথ চাৰিআলিৰ মধুপুৰস্থিত ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয় ফ্লৰেন্স একাডেমীৰ স্বত্বাধিকাৰীৰ ঘৰত কোনো নথকাৰ সূযোগ লৈ চোৰে চলালে চাফাই অভিযান।

লকাৰ ভাঙি প্ৰায় নগদ লৈ গ’ল নগদ ২০,০০০ টকাসহ সোন-ৰূপৰ আ অলংকাৰআৰু বহু মূল্যৱান সা সামগ্ৰী।

560

উল্লেখ্য যে, চোৰে ইমানতে ক্ষান্ত নাথাকি পাকঘৰত সোমাই বনাই খালে চাহ-অমলেট আৰু মুৰি

পুৱাৰ ভাগত ঘৰৰ গৃহস্থ উপস্থিত হোৱাত পোহৰলৈ আহে সমগ্ৰ ঘটনা।

ইতিমধ্যে বিশ্বনাথ আৰক্ষী থানাৰ আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ ৰাখিছে।

কিন্তু, বিশ্বনাথ চাৰিআলিৰ মাজমজিয়াত বিহু উপলক্ষে নিশা কোনো নথকাৰ সুযোগ লৈ চোৰে চলোৱা চাফাই অভিযানক কেন্দ্ৰ কৰি সংকিত হৈ পৰিছে অঞ্চলবাসী।

লগতে চাওকঃ

মই মদ খােৱা নাছিলােঁ! নিজকে নিৰ্দােষী বুলি দাবী ডিআই চালক অভিজিৎ গগৈৰ

G4 14

Leave a Reply

Your email address will not be published. Required fields are marked *